[tex] \huge \mathfrak\red {Question}[/tex]


লেথাৰি নিছিগাকৈ খেতি কৰিলে খেতি পথাৰৰ উৰ্বৰতা হ্ৰাস হয় । এনে ভ

[tex] \huge \mathfrak\red {Question}[/tex]

লেথাৰি নিছিগাকৈ খেতি কৰিলে খেতি পথাৰৰ উৰ্বৰতা হ্ৰাস হয় । এনে ভূমিৰ উৰ্বৰতা উদ্ধাৰ কৰিবলৈ কি কি পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায়?

❌❌No spams❌❌​

About the author
Arianna

2 thoughts on “<br />[tex] \huge \mathfrak\red {Question}[/tex]<br /><br /><br />লেথাৰি নিছিগাকৈ খেতি কৰিলে খেতি পথাৰৰ উৰ্বৰতা হ্ৰাস হয় । এনে ভ”

  1. ways to tackle this:

    1) জৈৱিক সাৰ ব্যবহাৰ কৰিৱ পাৰি।

    ২) মিশ্র শস্য প্রক্রিয়া(mixed cropping) অনুশীলন কৰিৱ পৰা যায়।

    ৩) ‘crop rotation’ প্রক্রিয়া অনুশীলন কৰাটো উচিত।

    crop rotation tu Assamese ot ki koi najanu. teacherjonik khudhi loba

    Reply
  2. [tex]প্ৰশ্ন :-[/tex]

    লেথাৰি নিছিগাকৈ খেতি কৰিলে খেতি পথাৰৰ উৰ্বৰতা হ্ৰাস হয় । এনে ভূমিৰ উৰ্বৰতা উদ্ধাৰ কৰিবলৈ কি কি পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায়?

    [tex]উত্তৰ :-[/tex]

    লেথাৰি নিছিগাকৈ খেতি কৰিলে খেতি পথাৰৰ উৰ্বৰতা হ্ৰাস হয় । এনে ভূমিৰ উৰ্বৰতা উদ্ধাৰ কৰিবলৈ তলত দিয়া পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায় :

    1. জৈৱিক সাৰ ব্যৱহাৰ কৰিলে খেতি উৰ্বৰতা উদ্ধাৰ কৰিব পাৰি
    2. সেউজীয়া সাৰৰ(green manure) ব্যৱহাৰে খেতি কৰিবলৈ ব্যৱহাৰ হোৱা মাটি অৱস্থা উত্তম কৰি ৰাখে
    3. শস্যৰ ভাল বৃদ্ধি বাবে মাটিৰ ভাল যত্ন লোৱা অতিকৈ আৱশ্যক
    4. মাটি ভালে ৰাখিবলৈ হা বা লাগে
    5. ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিলে খেতি পথাৰৰ উৰ্বৰতা উদ্ধাৰ নহয়

    ____________________________

    Reply

Leave a Comment